as_gen_text_ulb/35/28.txt

1 line
455 B
Plaintext

\v 28  ইচহাক এশ আশী বছৰ জীয়াই আছিল। \v 29  ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।