1 line
455 B
Plaintext
1 line
455 B
Plaintext
|
\v 28 ইচহাক এশ আশী বছৰ জীয়াই আছিল। \v 29 ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।
|