as_gen_text_ulb/29/21.txt

1 line
488 B
Plaintext

\v 21  তাৰ পাছত যাকোবে লাবনক ক’লে, “মোৰ সেৱাৰ কাল পূৰ হৈ গ’ল; গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাৰ্যাক মোক দিয়ক।” \v 22  তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে।