1 line
488 B
Plaintext
1 line
488 B
Plaintext
|
\v 21 তাৰ পাছত যাকোবে লাবনক ক’লে, “মোৰ সেৱাৰ কাল পূৰ হৈ গ’ল; গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাৰ্যাক মোক দিয়ক।” \v 22 তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে।
|