as_gen_text_ulb/46/16.txt

1 line
705 B
Plaintext

\v 16  গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী। \v 17  আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। \v 18  এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ সন্তানক লৈ; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন।