as_gen_text_ulb/31/45.txt

1 line
782 B
Plaintext

\v 45  তেতিয়া যাকোবে এটা শিল আনি তাক স্তম্ভস্বৰূপে স্থাপন কৰিলে। \v 46  যাকোবে তেওঁৰ আত্মীয়সকলক ক’লে “তোমালোকে শিল গোটোৱা।” তেতিয়া তেওঁলোকে শিলবোৰ আনি এটা স্তূপ বনালে আৰু সকলোৱে সেই স্তূপৰ কাষতে ভোজনপান কৰিলে। \v 47  লাবনে সেই স্তূপৰ নাম যিগৰ-চাহদুথা ৰাখিলে; কিন্তু যাকোবে হ’লে, তাৰ নাম গলেদ ৰাখিলে।