as_gen_text_ulb/29/19.txt

1 line
567 B
Plaintext

\v 19  তেতিয়া লাবনে ক’লে, “ৰাহেলক আন কোনো মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল; তুমি মোৰ লগতে থাকা।” \v 20  সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল।