as_gen_text_ulb/29/07.txt

1 line
891 B
Plaintext

\v 7  যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰ-ছাগবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।” \v 8  কিন্তু তেওঁলোকে ক’লে, “আটাইবোৰ পশুৰ জাক একেলগে গোট নাখায় মানে আমি সেইবোৰক পানী খুৱাব নোৱাৰোঁ; নাদৰ মুখৰ পৰা শিলটো যতিয়া আতৰোৱা হব তেতিয়াহে আমি মেৰ-ছাগবোৰক পানী খুৱাব পাৰিম।”