as_gen_text_ulb/28/18.txt

1 line
474 B
Plaintext

\v 18  পাছত যাকোবে অতি ৰাতিপুৱাতে উঠি তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে। \v 19  তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।