as_gen_text_ulb/28/01.txt

1 line
641 B
Plaintext

\v 1  ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা। \v 2  তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃ গৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।