as_gen_text_ulb/20/13.txt

1 line
980 B
Plaintext

\v 13  ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাইদেউ বুলি পৰিচয় দিবা’।” \v 14  তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসী আনি অব্ৰাহামক দিলে আৰু লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।