as_gen_text_ulb/18/20.txt

1 line
752 B
Plaintext

\v 20  তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপ অতিশয় গুৰুতৰ হৈছে; \v 21  সেই বাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।” চদোমৰ কাৰণে অব্রাহামৰ মিনতি