as_gen_text_ulb/15/17.txt

1 line
1.1 KiB
Plaintext

\v 17  বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত আঁৰিয়া দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল। \v 18  সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদী ৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ। \v 19  তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া, \v 20  হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া, \v 21  ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।”