as_gen_text_ulb/10/21.txt

1 line
466 B
Plaintext

\v 21  যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল। \v 22  চেমৰ পুত্রসকল হ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম। \v 23  অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।