as_gen_text_ulb/10/15.txt

1 line
638 B
Plaintext

\v 15  কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান। \v 16  যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া, \v 17  হিব্বীয়া, অৰ্কীয়া, চীনীয়া, \v 18  অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।