as_gen_text_ulb/10/11.txt

1 line
815 B
Plaintext

\v 11  তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ, \v 12  আৰু ৰেচন, এইবোৰ নগৰ নিৰ্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল। \v 13  লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া, \v 14  পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।