as_gen_text_ulb/10/06.txt

1 line
373 B
Plaintext

\v 6  হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান। \v 7  কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।