as_gen_text_ulb/08/04.txt

1 line
461 B
Plaintext

\v 4  সেই বছৰৰ সপ্তম মাহৰ সোঁতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতৰ ওপৰত গৈ লাগি ৰ’ল। \v 5  তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতমালাৰ টিংবোৰ দেখা গ’ল।