as_gen_text_ulb/04/08.txt

1 line
599 B
Plaintext

\v 8  তাৰ পাছত এদিন কয়িনে ভায়েকক হেবলক কলে “বলাা পথাৰলৈ যও” আৰু পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলক আক্ৰমন কৰি বধ কৰিলে। \v 9  তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”