as_gen_text_ulb/04/01.txt

1 line
641 B
Plaintext

\v 1  মানুহে তেওঁৰ ভাৰ্য্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।” \v 2  পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগ পালক আৰু কয়িন কৃষক হ’ল।