as_gen_text_ulb/02/07.txt

1 line
629 B
Plaintext

\v 7 ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস \f + \ft প্ৰাণবায়ু \f* সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল। \v 8 ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে সৃষ্টি কৰা মানুহক ৰাখিলে।