as_gen_text_ulb/02/01.txt

1 line
1007 B
Plaintext

\c 2 সপ্তম দিন - ঈশ্বৰৰ বিশ্রাম দিন \v 1 এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰা হ’ল; আৰু উভয়কে বিশাল পৰিপূর্ণতাৰে কৰা হ’ল \f + \ft সৈন্যৰে পৰিপূর্ণ কৰা হল \f*। \v 2 ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে। \v 3 ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে। মনুষ্যৰ বিৱৰণ