as_gen_text_ulb/49/22.txt

1 line
435 B
Plaintext

\v 22  যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়। \v 23  ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কাড় মাৰি তাক তাড়না কৰিলে;