as_gen_text_ulb/43/01.txt

1 line
433 B
Plaintext

\v 1  কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিল। \v 2  মিচৰ দেশৰ পৰা কিনি অনা শস্য খাই শেষ হোৱাত, তেওঁলোকৰ বাপেকে ক’লে, “তোমালোকে আকৌ যোৱা আৰু আমাৰ বাবে কিছুমান শস্য কিনি আনাগৈ।”