as_gen_text_ulb/36/25.txt

1 line
445 B
Plaintext

\v 25  এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা। \v 26  দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান। \v 27  এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন। \v 28  দীচনৰ পুত্ৰ উচ আৰু অৰান।