as_gen_text_ulb/34/04.txt

1 line
673 B
Plaintext

\v 4  চিখিমে নিজৰ বাপেক হমোৰক ক’লে, “আপুনি এই ছোৱালীগৰাকীক মোৰে সৈতে বিয়া কৰাই দিয়ক।” \v 5  জীয়েক দীনাক যে চিখিমে বলাৎকাৰ কৰিলে, সেই কথা যাকোবৰ কাণত পৰিল। সেই সময়ত যাকোবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল; সেয়ে তেওঁলোক আহি নোপোৱালৈকে যাকোব মনে মনে থাকিল।