as_gen_text_ulb/28/05.txt

1 line
378 B
Plaintext

\v 5  এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন আছিল যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক।