as_gen_text_ulb/27/01.txt

1 line
644 B
Plaintext

\v 1  ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টি শক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “কওক মই আছোঁ।” \v 2  তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো।