as_gen_text_ulb/26/19.txt

1 line
617 B
Plaintext

\v 19  আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা নিজৰাৰ ভূমূক পালে। \v 20  তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক ” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।