as_gen_text_ulb/21/10.txt

1 line
607 B
Plaintext

\v 10  তাকে দেখি চাৰাই অব্ৰাহামক ক’লে, “তুমি এই মিচৰীয়া দাসী আৰু তাইৰ পুতেকক খেদি দিয়া! কাৰণ ইচাহাকৰ লগতে সেই দাসীৰ পুত্ৰ উত্তৰাধিকাৰী হোৱাটো মই কামনা নকৰো।” \v 11  পুত্র ইশ্মায়েলৰ বিষয়ে এই কথা শুনি অব্ৰাহামে মনত অতিশয় বেজাৰ পালে।