as_gen_text_ulb/19/14.txt

1 line
1013 B
Plaintext

\v 14  তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ ভাবী জোঁৱায়েক কেইজনে ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েক কেইজনে ভাৱিলে, তেওঁ ধেমালি কৰিছে। \v 15  তাৰ পাছত পূৱতি-নিশ সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; নহলে নগৰৰ ওপৰত পৰা শাস্তিতৰ লগতে তোমালোকো ধ্বংস হৈ যাবা।”