as_gen_text_ulb/02/13.txt

1 line
571 B
Plaintext

\v 13 দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ \f + \ft ইথিওপিয়া \f* দেশখনক ঘেৰি বৈ গৈছে। \v 14 তৃতীয় নৈখনৰ নাম হিদ্দেকেল \f + \ft হিদ্দেকেল টাইগ্রীচ \f* । সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ \f + \ft ফৰাৎ ইউফ্রেটিচ \f* ।