as_gen_text_ulb/01/22.txt

1 line
592 B
Plaintext

\v 22  ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।” \v 23  গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল। ষষ্ঠ দিন