as_gen_text_ulb/01/06.txt

1 line
817 B
Plaintext

\v 6  তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত মোকলি অংশ হওঁক আৰু ই জলক দুভাগ কৰক।” \v 7  এইদৰে ঈশ্বৰে জলৰ মাজত এক মোকলি অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল। \v 8  ঈশ্বৰে সেই বিস্তৃত মোকলি অংশৰ নাম “মহাকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল। তৃতীয় দিন