as_gen_text_ulb/01/03.txt

2 lines
1.0 KiB
Plaintext

\v 3 ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল। \v 4 ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। \v 5 পাছত ঈশ্বৰে পোহৰৰ নাম “দিন \f + \ft হিব্রু ধাৰণা অনুসৰি এটা সম্পূর্ণ দিন। সূৰ্য অস্তৰ পৰা সূর্য উদয়লৈ এটা দিন। \f*
” আৰু আন্ধাৰৰ নাম “ৰাতি” ৰাখিলে। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এ দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি ৰাখিলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল। দ্বিতীয় দিন