\v 8  ইচহাক ক্রমে ডাঙৰ হ’বলৈ ধৰিলে আৰু তেওঁ পিয়াহো এৰুৱালে। পিয়াহ এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে। \v 9  এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্র ইশ্মায়েলে ইচহাকক ইতিকিং কৰিছে।