Thu Jul 22 2021 15:57:22 GMT-0500 (Central Daylight Time)
This commit is contained in:
parent
43b12a2b4f
commit
49f1de15a8
|
@ -1 +1 @@
|
|||
\v 20 তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।” \v 21 এইদৰে ঈশ্বৰে দনৱ যেন সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
|
||||
\v 20 তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।” \v 21 এইদৰে ঈশ্বৰে দনৱ যেন সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ \f + \ft সাপ আদি পেটেৰে গতি কৰা প্ৰণী (reptile)\f* উত্তম দেখিলে।
|
Loading…
Reference in New Issue