as_gen_text_ulb/06/18.txt

1 line
624 B
Plaintext
Raw Permalink Normal View History

\v 18  কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্য্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব। \v 19  তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেক বিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।