as_gen_text_ulb/01/20.txt

1 line
820 B
Plaintext
Raw Permalink Normal View History

\v 20 তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।” \v 21 এইদৰে ঈশ্বৰে দনৱ যেন সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ \f + \ft সাপ আদি পেটেৰে গতি কৰা প্ৰণী (reptile)\f* উত্তম দেখিলে।