forked from WA-Catalog/as_ulb
206 lines
21 KiB
Plaintext
206 lines
21 KiB
Plaintext
\id HAB
|
|
\ide UTF-8
|
|
\sts BOOK OF HABAKKUK
|
|
\h হবক্কুক ভাববাদীৰ পুস্তক ।
|
|
\toc1 হবক্কুক ভাববাদীৰ পুস্তক ।
|
|
\toc2 হবক্কুক ভাববাদীৰ পুস্তক ।
|
|
\toc3 hab
|
|
\mt1 হবক্কুক ভাববাদীৰ পুস্তক ।
|
|
|
|
|
|
\s5
|
|
\c 1
|
|
\s হবক্কুক ভাববাদীয়ে দৰ্শনত পোৱা গভীৰ বাক্য।
|
|
\q1
|
|
\p
|
|
\v 1 ঘোষণাকাৰী ভাববাদী হবক্কুক গৃহিত কৰিলে।
|
|
\q1
|
|
\v 2 “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব?
|
|
\q1 মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰি আছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে।
|
|
\q1
|
|
\s5
|
|
\v 3 আপুনি মোক কিয় অপৰাধ চাব দিছে, আৰু অন্যায় কাৰ্ম চাই আছে?
|
|
\q1 মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি হৈছে।
|
|
\q1
|
|
\v 4 সেই কাৰণে বিধান নিৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব।
|
|
\q1 দুষ্টই ধাৰ্ম্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।
|
|
\q1
|
|
\s5
|
|
\v 5 দেশীয় লোকসকলক পৰীক্ষা কৰি চোৱা, আৰু আচৰিত আৰু বিস্মিত হোৱা;
|
|
\q1 কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম; যি কাৰ্য তোমালোকৰ আগত প্রকাশ হলেওঁ তোমালোকে বিশ্বাস নকৰিবা।
|
|
\q1
|
|
\v 6 কাৰণ চোৱা, দেশৰ হিংস্র আৰু উদ্দাম কলদীয়াসকলক মই তুলি ধৰিম।
|
|
\q1 তেওঁলোকে পৃথিবীৰ প্রস্থেদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ ঘৰ নহয় সেইবোৰ অধিকাৰ কৰিব।
|
|
\q1
|
|
\v 7 তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক; তেওঁলোকৰ বিচাৰ আৰু আড়ম্বৰ তেওঁলোকৰ নিজৰ পৰা অগ্রসৰ হয়।
|
|
\q1
|
|
\s5
|
|
\v 8 তেওঁলোকৰ ঘোঁৰাবোৰো নাহৰ-ফুটুকী বাঘতকৈয়ো দ্রুতবেগী, আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈয়ো বেগী!
|
|
\q1 সেয়ে তেওঁলোকৰ ঘোঁৰাবোৰ ছাব মৰা,
|
|
\q1 আৰু তেওঁলোকৰ অশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে বহু দূৰৰ পৰা বেগেৰে আহে।
|
|
\q1
|
|
\v 9 তেওঁলোক সকলোৱে অত্যাচাৰৰ বাবে আহে;
|
|
\q1 তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায়, আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খোৱাই।
|
|
\q1
|
|
\s5
|
|
\v 10 সেয়ে তেওঁলোকে ৰজাসকলক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তা সকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়।
|
|
\q1 তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰি সীমা বান্ধি সেই সকলো কাঢ়ি লয়।
|
|
\q1
|
|
\v 11 তেতিয়া তেওঁলোক বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু নিজৰ সেই শক্তিয়েই তেওঁলোকৰ দেৱতা হোৱাত তেওঁলোক দোষী হব ।
|
|
\q1
|
|
\s5
|
|
\v 12 “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব।
|
|
\q1 হে যিহোৱা বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি আমাৰ শিল, তেওঁলোকক শংসোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল।
|
|
\q1
|
|
\s5
|
|
\v 13 আপোনাৰ পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ চকু অতি পবিত্র, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে।
|
|
\q1 তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে?
|
|
\q1 দুষ্টলোকে নিজতকৈ অধিক ধাৰ্ম্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে?
|
|
\q1
|
|
\v 14 আপুনি সাগৰৰ মাছৰ দৰে, আৰু শাসনকৰ্ত্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে?
|
|
\q1
|
|
\s5
|
|
\v 15 তেওঁলোকে তেওঁলোকৰ সকলোকে বৰশীৰে তোলে, তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে,
|
|
\q1 আৰু তেওঁলোকক তেওঁলোকৰ জালত গোটায়; এই কাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে।
|
|
\q1
|
|
\v 16 সেই কাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়;
|
|
\q1 কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্ব্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়।
|
|
\q1
|
|
\v 17 সেয়েহে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰামভাবে দেশীয়লোকসকলক বধ কৰিব নে?
|
|
|
|
\s5
|
|
\c 2
|
|
\q1
|
|
\v 1 মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম,
|
|
\q1 আৰু তেওঁ মোক কি ক’ব, আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘুৰিব পাৰো, সেই বিষয়ে মই সাৱধানতাৰে চাম।
|
|
\q1
|
|
\s5
|
|
\v 2 যিহোৱাই মোক উত্তৰ দি কলে,
|
|
\q1 এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনো এজনে খৰকৈ পঢ়িব পাৰে।
|
|
\q1
|
|
\v 3 কাৰণ এই দৰ্শন ভবিষ্যত সময়ৰ বাবে আৰু শেষত এই দৰ্শন বিফল নোহোৱাকৈ সিদ্ধ হ’ব।
|
|
\q1 যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰিবা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।
|
|
\q1
|
|
\s5
|
|
\v 4 চোৱা, মানুহৰ আত্মা অহঙ্কাৰী হয় আৰু নিজৰ অন্তৰেই ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।
|
|
\q1
|
|
\v 5 কাৰণ সুৰাই গৰ্ব্বী যুৱকক বিশ্বাসঘাতক কৰে; সেয়ে তেওঁ সহ্য নকৰে,
|
|
\q1 কাৰণ তেওঁ নিজৰ অভিলাষ সমাধি আৰু মৃত্যুৰ দৰে সম্প্রসাৰিত কৰে, যি কেতিয়াও সন্তোষ্ট নহয়।
|
|
\q1 তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটাই,
|
|
\q1
|
|
\s5
|
|
\v 6 এই সকলো লোক তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক প্রচলিত বাক্য নক’ব নে? তেওঁলোকে ক’ব,
|
|
\q1 ‘যি নিজৰ নহয়, তেনে অভিশাপ যিজনে বৃদ্ধি কৰে! তেনেহ’লে তুমি কিমান দিন অঙ্গীকাৰৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা?
|
|
\q1
|
|
\v 7 যিজনে তোমাৰ অহিতে দাঁতকৰচে তেওঁ অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে তেওঁ জাগ্রত নহ’ব নে?
|
|
\q1 তুমি তেওঁলোকৰ বাবে প্রতাৰিত লোক হ’বা!
|
|
\q1
|
|
\v 8 তুমি অনেক দেশ লুট কৰাৰ কাৰণে লোকসকলৰ অৱশিষ্ট লোকে তোমাক লুট কৰিব;
|
|
\q1 মানুহৰ ৰক্তপাতৰ কাৰণে, দেশ, গাঁও, আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এয়ে সিদ্ধ হ’ব।
|
|
\q1
|
|
\s5
|
|
\v 9 অমঙ্গলৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ, তেওঁ ওখ ঠাইত নিজৰ বাসস্থান স্থাপন কৰে,
|
|
\q1 যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে তেওঁৰ সন্তাপ হব।
|
|
\q1
|
|
\v 10 অনেক লোকক উচ্ছন্ন কৰিবলৈ তুমি তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা, আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা।
|
|
\q1
|
|
\v 11 দেৱালৰ মাজৰ পৰা শিলে চিঞৰি কান্দিব, আৰু কাঠৰ মাজৰ পৰা চটিয়ে তাৰ উত্তৰ দিব।
|
|
\q1
|
|
\s5
|
|
\v 12 ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হব।
|
|
\q1
|
|
\v 13 লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে, আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে ক্লান্ত হয়,
|
|
\q1 এয়ে বাহিনীসকলৰ যিহোৱাৰ পৰা নহয় নে?
|
|
\v 14 সমুদ্ৰ যেনেকৈ পানীৰে ভৰপুৰ, সেইদৰে পৃথিৱীখন যিহোৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হব ।
|
|
\q1
|
|
\s5
|
|
\v 15 যি জনে নিজৰ চুবুৰীয়াৰ বিবস্ত্ৰতা চাবৰ বাবে তেওঁক সুৰা পান কৰায়, মতলীয়া নোহোৱালৈকে বিহ দি তেওঁক সুৰা পান কৰায় থাকে,
|
|
\q1 সেই জনৰ সন্তাপ হব।
|
|
\q1
|
|
\v 16 তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ’বা; তুমিও পান কৰা, আৰু তোমাৰ নিজৰ বিৱস্ত্রতা প্রকাশ কৰা!
|
|
\q1 যিহোৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব, আৰু অপমানে তোমাৰ সন্মান ছানি ধৰিব।
|
|
\q1
|
|
\s5
|
|
\v 17 লিবানোনলৈ কৰা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা;
|
|
\q1 মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰ, আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবেই এইদৰে ঘটিব।
|
|
\q1
|
|
\s5
|
|
\v 18 কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে, যে তাৰ বাবে নিৰ্মাণকাৰীয়ে তাক কাটে? বা গলোৱা ধাতুৰ পৰা প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক;
|
|
\q1 যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কাৰ্মত বিশ্বাস কৰে।
|
|
\q1
|
|
\v 19 যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হব! সেইবোৰে জানো শিক্ষা দিব?
|
|
\q1 চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।
|
|
\q1
|
|
\v 20 কিন্তু যিহোৱা নিজৰ প্ৰবিত্ৰ মন্দিৰত আছে; সমুদাই পৃথিৱী তেওঁৰ আগত নিজম দি থাকক।
|
|
|
|
\s5
|
|
\c 3
|
|
\s হবক্কুকৰ প্ৰৰ্থনা।
|
|
\p
|
|
\v 1 ভাববাদী হবক্কুকৰ প্ৰাৰ্থনা:
|
|
\q1
|
|
\v 2 হে যিহোৱা, মই আপোনাৰ বাৰ্ত্তা শুনিলোঁ, আৰু মোৰ ভয় লাগিছে!
|
|
\q1 হে যিহোৱা, এই সময়ৰ ভিতৰত আপোনাৰ কাৰ্য পুনৰ আৰম্ভ কৰক, আৰু এই সময়ৰ ভিতৰতে আমাক জনাওঁক;
|
|
\q1 ক্ৰোধৰ সময়ত আপুনি দয়া সোঁৱৰণ কৰক।
|
|
\q1
|
|
\s5
|
|
\v 3 ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা।
|
|
\q1 তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিবী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
|
|
\q1
|
|
\s5
|
|
\v 4 তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে,
|
|
\q1 আৰু তাতেই তেওঁ তেওঁৰ পৰাক্রম ধৰি ৰাখে।
|
|
\q1
|
|
\v 5 তেওঁৰ আগে আগে মহামাৰী যায়, আৰু তেওঁৰ খোজৰ পাছত প্লেগ ৰোগ যায়।
|
|
\q1
|
|
\s5
|
|
\v 6 তেওঁ থিয় হয় আৰু পৃথিবী জোখে; , তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে!
|
|
\q1 এনে কি চিৰস্থায়ী পৰ্ব্বতবোৰ ছিন্ন-ভিন্ন হৈছে, আৰু চিৰস্থায়ী পাহাৰবোৰ পৰি গৈছে;
|
|
\q1 তেওঁৰ পথ অনন্তকলীয়া।
|
|
\q1
|
|
\s5
|
|
\v 7 মই দেখিলোঁ, কূচনৰ তম্বুবোৰ দুখত আছে; আৰু মিদিয়ন দেশৰ তম্বুৰ কাপোৰবোৰ কঁপিছে।
|
|
\q1
|
|
\v 8 নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে?
|
|
\q1 যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে তেতিয়া আপোনাৰ ৰথে ৰক্ষা পাই নে?
|
|
\q1
|
|
\s5
|
|
\v 9 আপুনি আপোনাৰ ধনু আবৃত নকৰাকৈ লৈ আহিছে; আপুনি আপোনাৰ ধনুত কাঁড় লগাইছে! চেলা।
|
|
\q1 আপুনি পৃথিবীখন নদীবোৰেৰে ভাগ কৰিছা।
|
|
\q1
|
|
\v 10 পৰ্ব্বতবোৰ আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে;
|
|
\q1 অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে; গভীৰ সাগৰে গৰ্জন কৰিছে!
|
|
\q1 ই ওপৰলৈ ঢৌবোৰ উঠায়।
|
|
\q1
|
|
\s5
|
|
\v 11 আপোনাৰ উৰি যোৱা কাড়ৰ পোহৰ আৰু আপোনাৰ চকমকায় থকা যাঠিৰ উজ্জলতাত,
|
|
\q1 সূৰ্য আৰু চন্দ্ৰ নিজৰ নিজৰ উচ্চ স্থানত স্থিৰ হৈ আছে।
|
|
\q1
|
|
\v 12 আপুনি ধিক্কাৰেৰে পৃথিবীৰ মাজেদি যাত্ৰা কৰিছে। আপুনি ক্রোধত দেশবোৰক মৰণা মাৰাদি মাৰিছে।
|
|
\q1
|
|
\s5
|
|
\v 13 আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে।
|
|
\q1 আপুনি দুষ্টলোকৰ ঘৰৰ মূৰব্বীক গুড়ি কৰি ডিঙিৰ পৰা ভিত্তিমূললৈকে অনাবৃত্ত কৰিলে। চেলা।
|
|
\q1
|
|
\s5
|
|
\v 14 আপুনি যুদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাড়েৰে খুঁচিলে; তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন-ভিন্ন কৰিবলৈ আহিছিল,
|
|
\q1 তেওঁলোকে দুখীয়াক গুপুত স্থানত ৰখাৰ দৰে গ্ৰাস কৰিছিল।
|
|
\q1
|
|
\v 15 আপুনি ঘোঁৰাবোৰে সৈতে সাগৰৰ ওপৰেৰে যাত্রা কৰিলে, আৰু মহাজলৰাশি স্তূপকৃত কৰিলে।
|
|
\q1
|
|
\s5
|
|
\v 16 মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে!
|
|
\q1 মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে
|
|
\q1 তথাপি, যি সকলে আমাক আক্রমণ কৰিলে তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ।
|
|
\q1
|
|
\s5
|
|
\v 17 যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই,
|
|
\q1 যদিও জলফাই গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই,
|
|
\q1 যদিও গঁৰালৰ পৰা ভেড়াৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,
|
|
\q1
|
|
\s5
|
|
\v 18 তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
|
|
\q1
|
|
\v 19 প্ৰভু যিহোৱা মোৰ বল;
|
|
\q1 আৰু তেওঁ মোৰ ভৰি হৰিণীৰ ঠেংৰ দৰে কৰিছে, আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব।
|
|
\q1 সংগীত পৰিচালকলৈ; মোৰ তাৰযুক্ত বাদ্যেৰে। |