forked from WA-Catalog/as_ulb
40 lines
4.6 KiB
Plaintext
40 lines
4.6 KiB
Plaintext
|
\id 2JN Assamese Old Version Revision
|
||
|
\ide UTF-8
|
||
|
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
|
||
|
\h ২যো.
|
||
|
\toc1 যোহনৰ দ্বিতীয় পত্ৰ
|
||
|
\toc2 ২ যোহন
|
||
|
\toc3 ২যো.
|
||
|
\mt যোহনৰ দ্বিতীয় পত্ৰ
|
||
|
\is এগৰাকী খ্ৰীষ্টিয়ান মহিলাৰ প্ৰতি পত্ৰ
|
||
|
|
||
|
|
||
|
\s5
|
||
|
\c 1
|
||
|
\p
|
||
|
\v 1 ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰো; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
|
||
|
\v 2 কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে যুগে যুগে থাকিব৷
|
||
|
\v 3 পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
|
||
|
|
||
|
\s5
|
||
|
\p
|
||
|
\v 4 আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছো৷
|
||
|
\v 5 হে ভদ্ৰ মহিলা\f + \fr 1.5 \ft কুৰিয়\f*, এতিয়া মই আপোনাক মিনতি কৰো যে, আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰদৰে পৰস্পৰে প্ৰেম কৰা উচিত\f + \fr 1.5 \ft যো ১৩:৩৪\f*।
|
||
|
\v 6 আৰু প্ৰেম এইটোৱে হয়, য'ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলো৷\f + \fr 1.6 \ft যো ১৪:১৫,২১\f* এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
|
||
|
|
||
|
\s5
|
||
|
\p
|
||
|
\v 7 কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
|
||
|
\v 8 আপুনি নিজকে চাওঁক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷\f + \fr 1.8 \ft ১ম কৰি ৩:৮-১৫; প্ৰ ৩:১১\f* এই কাৰণতে নিজলৈ সাৱধান হ’ব।
|
||
|
|
||
|
\s5
|
||
|
\p
|
||
|
\v 9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
|
||
|
\v 10 যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
|
||
|
\v 11 যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্ম্মৰ সহভাগী হয়।
|
||
|
|
||
|
\s5
|
||
|
\p
|
||
|
\v 12 আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছো।
|
||
|
\v 13 আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে।
|