2018-08-07 00:03:00 +00:00
|
|
|
\id 3JN
|
2016-11-14 20:14:36 +00:00
|
|
|
\ide UTF-8
|
2022-05-13 17:38:09 +00:00
|
|
|
\h 3 যোহন
|
|
|
|
\toc1 3 যোহন
|
|
|
|
\toc2 3 যোহন
|
2018-08-07 00:03:00 +00:00
|
|
|
\toc3 3jn
|
2022-05-13 17:38:09 +00:00
|
|
|
\mt1 3 যোহন
|
2016-11-14 20:14:36 +00:00
|
|
|
\c 1
|
|
|
|
\p
|
2022-05-13 17:38:09 +00:00
|
|
|
\v 1 যি জনক মই সত্যৰে প্ৰেম কৰো, সেই জন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ৷
|
2016-11-14 20:14:36 +00:00
|
|
|
\p
|
2022-05-13 17:38:09 +00:00
|
|
|
\v 2 হে প্ৰিয়জন, তোমাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে তোমাৰ কুশল আৰু সুস্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
|
|
|
|
\v 3 যেতিয়া ভাই সকলে আহি তোমাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ তুমি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছা, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হলো।
|
|
|
|
\v 4 মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন একো নাই।
|
2016-11-14 20:14:36 +00:00
|
|
|
\p
|
2022-05-13 17:38:09 +00:00
|
|
|
\v 5 হে প্ৰিয়, তুমি ভাই আৰু অচিনাকি ভাইসকলৰ কাৰণে যেতিয়া কর্ম কৰিলা, সেয়া আছিল তোমাৰ বিশ্বস্তাৰ অনুশীলন
|
|
|
|
\v 6 তেওঁলোকে তোমাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত তোমাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত তুমি আগ বঢ়াই সাহায্য কৰি ভালেই কৰিলা৷
|
|
|
|
\v 7 কিয়নো তেওঁলোকে অনা-যিহূদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল।
|
|
|
|
\v 8 এতেকে আমি সত্যৰ সহকাৰী হবলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।
|
2016-11-14 20:14:36 +00:00
|
|
|
\p
|
2022-05-13 17:38:09 +00:00
|
|
|
\v 9 মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে।
|
|
|
|
\v 10 এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।
|
2016-11-14 20:14:36 +00:00
|
|
|
\p
|
2022-05-13 17:38:09 +00:00
|
|
|
\v 11 হে প্ৰিয়, তুমি দুষ্কৰ্মীৰ অনুকাৰী নহবা, কিন্তু সৎকৰ্মৰ অনুকাৰী হোৱা। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।
|
2023-02-18 18:02:53 +00:00
|
|
|
\v 12 দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছো; আৰু আমাৰ সাক্ষ্য যে সত্য, \f + \ft যো 21:24৷ \f* সেই বিষয়ে তুমি জানা।
|
2022-05-13 17:38:09 +00:00
|
|
|
\p
|
|
|
|
\v 13 তোমালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াঁহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰো;
|
|
|
|
\v 14 বৰং আশা কৰো যে, তোমাক অতি সোনকালে লগ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম।
|
|
|
|
\v 15 তোমাৰ শান্তি হওক। তোমাৰ বন্ধু সকলে \f + \ft যোহনৰ লগত থকা গায়কৰ বন্ধু সকল৷ \f* তোমাক সম্ভাষণ জনাইছে। তুমিও তোমাৰ বন্ধু সকলক \f + \ft গায়কৰ সতে থকা বন্ধু সকল৷ \f* মোৰ নামেৰে সম্ভাষণ জনাবা৷
|